মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা

অসম প্ৰাথমিক শিক্ষাৰ ঐতিহাসিক উন্নয়ন

ভাৰতীয় উপ-মহাদেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসম সাংস্কৃতিক-সামাজিক দিশত অনন্য। শিক্ষা দিশত আমাৰ গুৱাহাটী মহানগৰী উত্তৰ পূৰ্বাঞ্চলৰ অইন ৰাজ্যসমূহৰ মূল কেন্দ্ৰস্থল হিচাপে পৰিগণিত হৈছে। শৈক্ষিক বাধাবোৰৰ ক্ষেত্ৰত প্ৰাথমকি শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে যিহেতুকে এটি শিশুৰ আনুষ্ঠানিক শিক্ষা এই পৰ্যায়ৰ পৰাই আৰম্ভ হয়। ভাৰতীয় সংবিধানেও (অনুচ্ছেদ ৪৫) ভাৰতবৰ্ষত প্ৰতিগৰাকী শিশুকে (৬ৰ পৰা ১৪ বছৰৰ) প্ৰাথমিক শিক্ষা লাভ বিনামূলীয়া আৰু বাধ্যতামূলক কৰিছে য’ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে সামৰি লোৱা হৈছে।

Downloads
TitleSizeDetail
Historical Development of Elementary Education in Assam:310.8 KBswf-image