মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা

ই-প্ৰস্তুতি

  • ই-প্ৰস্তুতিৰ সবিশেষ –

                সকলো চৰকাৰী ৱেবছাইটবোৰ একে ধৰণৰ কৰিবৰ বাবে অসম চৰকাৰে প্ৰস্তুতি নামৰ প্ৰকল্প এটা মুকলি কৰে। এই প্ৰকল্পটোৰ তত্বাৱধায়ক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে অসম চৰকাৰৰ মুখ্য সচিবক, যিজন এই প্ৰকল্পটোৰ বাবে দায়বদ্ধ। অসম চৰকাৰৰ সকলো বিভাগ একীকৃত, একেলগে যাতে প্ৰতিজন হয় ৱেবছাইটৰ জৰিয়তে সেয়াই প্ৰকল্পটোৰ উদ্দেশ্য। এি প্ৰকল্পটোৰ এটা মূল চাবি-কাঠি হল যে সকলো মালিকীস্বত্ব থকা ৱেবছাইট আৰু ইয়াৰ সূচীসমূহ বিভাগৰ সৈতে মিলি থকা।

                ৱেবছাইট বিকাশ কোন গঠন কৰা হৈছিল অসম চৰকাৰৰ তথ্য প্ৰযুক্তিৰ দ্বাৰা যিবোৰ প্ৰংগ বন্ধনিৰ সৈতে গঠিত সেইবোৰ হল-

                (১) তেওঁলোকৰ ৱেবছাইটবোৰ বিকাশ কৰিবলৈ, সাজসজ্জা কৰিবলৈ বিভাগবোৰক সহায়-সহযোগিতা আৰু পথ নিৰ্দেশনা দিয়া হয়।

                (২) ৱেবছাইটটোৰ একে ধৰণৰ কৰিবলৈ নিৰ্দেশনাৰ সৈতে প্ৰস্তুতি চলোৱা হয়।

                (৩) নতুন ছাইট গঠন কৰিবলৈ বিভাগবোৰক সহযোগিতা আগবঢ়োৱা হয়।

                (৪) নিৰ্বাচিত কাৰ্যালয়ৰ বিভাগীয় কৰ্মীসকলৰ দক্ষতা গঢ়ি তোলা।

                (৫) ৱেবছাইটসমূহ যেনেদৰে গঠন কৰাৰ সন্মতি প্ৰদান কৰা হৈছে তাক একে ধৰণৰ কৰাৰ যি সম্পূৰ্ণকৰণত আগবঢ়াৰ পদক্ষেপ তাক নিৰীক্ষণ কৰা।

    উদ্দেশ্য

    প্ৰাথমিক হেতু হল, নতুন ৱেবছাইটবোৰ একে ধৰণৰ কৰিবলৈ সম্পূৰ্ণ ৰূপে বিকাশ সাধন কৰিব বিচৰা হৈছে চৰকাৰী ৱেবছাইটবোৰ এনে ধৰণেৰে গঠন কৰাৰ দ্বাৰা।

    ৱেবছাইট একে ধৰণৰ কৰাৰ সুবিধা-

    (১) অন্তৰ্দৃষ্টিক, আন্তঃপৃষ্ঠ আৰ্হিৰে সৈতে সহজভাৱে ব্যৱহাৰ।

    (২) সূচীৰ শুদ্ধতা আৰু সত্যতাৰ ক্ষেত্ৰত বিশ্বাসযোগ্যতা।

    (৩) কম সমৰ ভিতৰত তথ্যৰ সন্ধান।

    (৪) সকলো বয়সৰ মানসিক যোগ্যতা অনুসৰি যোগ্যতা অনুসৰি তথ্য যোগান ধৰা।

    ৱেবছাইট একে ধৰণৰ কৰাৰ বিকাশ আৰম্ভ কৰা হয় প্ৰকল্প আগবঢ়াই নিয়া কমিটী গঠনৰ দ্বাৰা। প্ৰকল্প আগবঢ়াই নিয়া কমিটীত যোগ হয় সহায়কাৰী আকাৰ আৰু ৱেবছাইট প্ৰণয়নৰ গুৰুত্বপূৰ্ণ অংশ বুলি ধৰা হয়, সেইবোৰ হল-

    (১) সূচী নিৰ্দ্ধাৰক,

    (২) মুখ্য প্ৰশিক্ষক,

    (৩) ৱেবছাইট প্ৰাশসনিক কৰ্ম্মী।

     

    মান নিৰ্ধাৰণ কৰাৰ নিৰ্দেনা

                (১) বিভাগীয় ৱেবছাইট হব মূল ছাইট আৰু ছাইটৰ প্ৰতিষ্ঠানসমূহ যিবোৰ বিভাগৰ অধীন সেইবোৰ হল আধা ছাইট।

                (২) ৱেবছাইটে সূচী নিৰ্দ্ধাৰক আৰু ৱেব গুৰুৰ সকলো বিৱৰণ প্ৰকাশ কৰিব বিচাৰে।

                (৩) ৱেবছাইটৰ সঁহাৰি কলা-কৌশল থকাটো জৰুৰী।

                (৪) গৃহপৃষ্ঠাত সাধাৰণ কম তথ্য থকা জৰুৰী।

                (৫) সকলো বিভাগৰ ৱেবছাইট একে ধৰণৰ হব লাগিব।

                (৬) পৃষ্ঠাত ব্যৱহৃত শব্দ, লে-আউট, আকৃতি সকলো একে হব লাগিব।

                (৭) আদ্য তথ্য আৰু সেৱাসমূহৰ আয়োজন নিশ্চিত কৰা।

                (৮) সকলো পৃষ্ঠাৰ তলত বদলকৰণৰ অন্তিম তাৰিখটো দিব লাগিব।

                (৯) একেৰাহে নহলেও অন্ততঃ প্ৰতি ছমাহত পৃষ্ঠাবোৰ পৰ্যালোচনা কৰিব লাগিব।

                (১০) সকলো তথ্যৰ উত্স উল্লেখ কৰিব লাগিব।

    Downloads
    ই-প্ৰস্তুতি
    TitleSizeDetail
    project_steering_committee-elementary.pdf380.29 KBswf-image
    support_structure-elementary.pdf459.79 KBswf-image
    content_responsibility_matrix-elementary.pdf1.34 MBswf-image