মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা

কাৰ্য্যকলাপ আৰু লক্ষ্য

কাৰ্য্য আৰু উদ্দেশ্য

উদ্দেশ্য

১। উপেক্ষিত অঞ্চলত বসবাস কৰা শিশুসকলৰ শিক্ষাৰ মান উন্নত কৰাৰ লগতে জ্ঞান পৰিধি বিস্তৃত কৰা।

২। বঞ্চিত আৰু দুৰ্বল শ্ৰেণীৰ শিশুসকলকো অন্তৰ্ভুক্ত কৰা লগতে লৈংগিক ব্যৱধান নোহোৱা কৰাৰ প্ৰয়াস কৰা।

৩। শিক্ষাৰ মান উন্নত কৰা

৪। প্ৰতিষ্ঠান আৰু পদ্ধতিগত সংস্কাৰৰ ব্যৱস্থা কৰা।