মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা

নতুন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান খুলিবলৈ সন্মতি প্ৰমাণ পত্ৰৰ কাৰণে আবেদন

(১) আবেদনপত্ৰ আয়ুক্ত আৰু সচিবৰ(প্ৰাথমিক শিক্ষা বিভাগ) ওচৰত জমা দিব লাগিব।

(২)প্ৰাথমিক শিক্ষা বিভাগে এই আবেদনপত্ৰখন ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালকলৈ পঠিয়াই দিব

(৩) যদি পৰিদৰ্শনৰ প্ৰতিবেদন সন্তোষদনক হয় আৰু প্ৰতিষ্ঠানটোৱে এন.চি.টি.ই.ৰ সৰ্বশেষ নিৰ্দেশিকা পূৰণ কৰে তেনেহলে বিভাগটোৱে প্ৰতিষ্ঠানটিক এন.ও.চি. দিব।