মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা

শৈক্ষিক পৰিসংখ্যা

শৈক্ষিক পৰিসংখ্যাত অসমৰ  শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ সবিশেষ তথ্য যেনে- শিক্ষক প্ৰতিষ্ঠানসমূহৰ তালিকা, সংশ্লিষ্ট প্ৰতিষ্ঠানৰ ঠিকনা, যোগাযোগৰ সূত্ৰ তথা ঠিকনা আদিৰ বিশদ বিৱৰণ  সংযোজিত হৈ আছে।

২০১৯-২০ শিক্ষাবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ ডিপ্লোমা, বি.এড, এম.এড পাঠ্যক্ৰমৰ শিক্ষা দানৰ বাবে ই.আৰ.চি., এন.চি.টি.ই ৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ আসনৰ ক্ষমতা আদি তথ্যপাতিও এই শিতানত সন্নিৱিষ্ট কৰা হৈছে। ই.আৰ.চি. , এন.চি.টি.ই.  অনুমোদন জনোৱা আসনৰ সংখ্যা, এন.চি.টি.ই.ৰ স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ বি.এড মহাবিদ্যালয়সমূহৰ এখন তালিকাও ইয়াত সনিনিৱিষ্ট কৰা হৈছে। এইসমূহ মহাবিদ্যালয় অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰে সংযোজিত হৈ আছে।

তদুপৰি প্ৰতিখন জিলাত থকা  প্ৰাথমিক বিদ্যালয়সমূহৰ সংখ্যা,  বিদ্যালয়সমূহৰ নামভৰ্তিৰ তথ্য,বিভাগ অনুসাৰে আৰু ব্যবস্থাপনা অনুসাৰে প্ৰাথমিক শিক্ষা, সূচক-প্ৰাথমিক শিক্ষা ,শিক্ষক-ছাত্ৰৰ অনুপাত,আৰ,টি,ই অনুমোদন,  সূচক- ইউ-DISE-২০১৭-১৮, চৰকাৰী/প্ৰাদেশিকীকৃত বিদ্যালয় (প্ৰাথমিক শিক্ষা বিভাগৰ অধীনস্থ)ৰ তথ্যও এই শিতানত সংযোজিত হৈ আছে।

 

Downloads
TitleSizeDetail
আসনৰ ক্ষমতা-প্ৰাথমিক শিক্ষাৰ ডিপ্লোমা122.5 KBswf-image
আসনৰ ক্ষমতা-বি.এড, এম.এড পাঠ্যক্ৰমৰ24.3 KBswf-image
সূচক- ইউ-DISE-২০১৭-১৮24.38 KBswf-image
প্রাথমিক সূচক-প্ৰাথমিক শিক্ষা 9.6 KBswf-image
বিভাগ অনুসাৰে আৰু ব্যবস্থাপনা অনুসাৰে প্ৰাথমিক শিক্ষা 9.81 KBswf-image
আৰ,টি,ই অনুমোদন9.27 KBswf-image
বিদ্যালয়সমূহৰ শিক্ষক-ছাত্ৰৰ অনুপাত14.24 KBswf-image
শৈক্ষিক পৰিসংখ্যা